ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ নম্বৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

নম্বৰ   বিশেষ্য

ಅರ್ಥ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

ಉದಾಹರಣೆ : এতিয়া ৰামৰ পাল

ಸಮಾನಾರ್ಥಕ : পাল, বাৰ

ಅರ್ಥ : ক্রম অনুসৰি লিখা, থোৱা বা বনোৱা বস্তু আদিৰ সন্মুখত ক্রম অনুসৰি লিখা বা ধৰি লোৱা সংখ্যা

ಉದಾಹರಣೆ : ক্রমিক নং একত লিখা কথাটোৰ সৈতে মই সহমত নহয়

ಸಮಾನಾರ್ಥಕ : ক্রম-সংখ্যা, ক্রমাংক, ক্রমিক নং, ক্রমিক নম্বৰ, নং

ಅರ್ಥ : পৰিধান আদিৰ এটি মাপ

ಉದಾಹರಣೆ : মই দোকানৰ পৰা ন নম্বৰৰ এজোৰ জোতা কিনিলো

ಅರ್ಥ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

ಉದಾಹರಣೆ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

ಸಮಾನಾರ್ಥಕ : অংক, অঙ্ক

ಅರ್ಥ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

ಉದಾಹರಣೆ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

ಸಮಾನಾರ್ಥಕ : অংক, খণ্ড, সংখ্যা