ಅರ್ಥ : যাক তললৈ মূৰ কৰাব পাৰি
ಉದಾಹರಣೆ :
এই লাখুটিডাল লেহুকা
ಸಮಾನಾರ್ಥಕ : লেউসেউ, লেহুকা, স্থিতিস্থাপক
ಅರ್ಥ : যাক টানিব পৰা যায় বা টানিবৰ যোগ্য
ಉದಾಹರಣೆ :
সোণ, ৰূপ, লোহা আদি নমনীয় ধাতু
ಅರ್ಥ : যাক হেঁচ্া দি বা পিটি নভঙাকৈ সহজে বেলেগ আকাৰ দিব পাৰি
ಉದಾಹರಣೆ :
কিছুমান ধাতু নমনীয় হয়