ಅರ್ಥ : কোনো দেশৰ নিবাসী
ಉದಾಹರಣೆ :
ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
ಸಮಾನಾರ್ಥಕ : নাগৰিক
ಅರ್ಥ : যি নগৰত বাস কৰে বা নগৰত থাকে
ಉದಾಹರಣೆ :
গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
ಸಮಾನಾರ್ಥಕ : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া