ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ নগুণ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

নগুণ   বিশেষ্য

ಅರ್ಥ : উপনয়ণ সংস্কাৰৰ পিছত ব্রাহ্মণ বা ক্ষত্রিয় লʼৰাই ধাৰণ কৰা পবিত্র সূতাৰ এক ৰূপ

ಉದಾಹರಣೆ : পণ্ডিতজনে মোটা লগুণ পিন্ধি আছিল

ಸಮಾನಾರ್ಥಕ : ব্রহ্মসূত্র, লগুণ

ಅರ್ಥ : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ আঠগুণ অধিক পৰিমাণ

ಉದಾಹರಣೆ : নৰ নগুণ একাশী

নগুণ   ক্ৰিয়া বিশেষণ

ಅರ್ಥ : আঠগুণতকৈ আৰু এগুণ বেছি

ಉದಾಹರಣೆ : ৰামৰ ককায়েক বয়সত ৰামতকৈ নগুণ ডাঙৰ

নগুণ   বিশেষণ

ಅರ್ಥ : যিমান হয় তাতকৈ আঠবাৰ আৰু অধিক

ಉದಾಹರಣೆ : অন্যান্য খাদ্যবস্তুৰ তুলনাত এই খাদ্যখিনিৰ পৰা নগুণ অধিক লৌহ পদার্থ ্লাভ হয়