ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ নকল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

নকল   বিশেষ্য

ಅರ್ಥ : কোনো শ্্ব্দ, বাক্য, লেখা আদি চাই তাক আক্ষৰিকভাৱে লিখা কার্য

ಉದಾಹರಣೆ : শিক্ষকে দুজন পৰীক্ষার্থীক নকল কৰি থাকোঁতে ধৰিলে

ಅರ್ಥ : লেখা আদিৰ আক্ষৰিক স্বৰূপ

ಉದಾಹರಣೆ : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে

ಸಮಾನಾರ್ಥಕ : অনুলিপি, কপি, প্রতিলিপি, প্রতিলেখ

ಅರ್ಥ : কাৰোবাৰ আদব-কায়দা অথবা কথা বতৰাৰ হুবহু ৰূপত কৰা অনুসৰণ

ಉದಾಹರಣೆ : সৰু লʼৰাটোৱে নিজৰ ককাকৰ নকল কৰি আছে

ಅರ್ಥ : আন কিহবাৰ আকাৰ বা প্রকাৰ অনুসৰি তৈয়াৰ কৰা কোনো বস্তু

ಉದಾಹರಣೆ : শিৱসাগৰ জিলাত থকা ৰংঘৰৰ প্রতিকৃতি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আছে

ಸಮಾನಾರ್ಥಕ : অনুকৃতি, প্রতিকৃতি, প্রতিৰূপ

নকল   বিশেষণ

ಅರ್ಥ : যিটো কেৱল ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ বিচাৰেৰে দেখুওৱা হয়

ಉದಾಹರಣೆ : নকলী বস্তুৰ সৌন্দর্যৰ ্প্রভাৱ ক্ষণিকৰ বাবেহে থাকে

ಸಮಾನಾರ್ಥಕ : কৃত্রিম, নকলী

ಅರ್ಥ : যʼত দোষ আছে

ಉದಾಹರಣೆ : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

ಸಮಾನಾರ್ಥಕ : অবিশুদ্ধ, কৃত্রিম, জাল, নকলী, ভেজাল