ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আঠৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
ಉದಾಹರಣೆ : পাঁচ আৰু চাৰি মিলি ন হয়
ಸಮಾನಾರ್ಥಕ : নৱম, ৯
ಅರ್ಥ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অভিনৱ, নতুন, নবীন, নব্য, নৱ
ಅರ್ಥ : আঠ যোগ এক
ಉದಾಹರಣೆ : এই কলমটোৰ দাম ন টকা
ಸಮಾನಾರ್ಥಕ : নৱ, ৯
ಸ್ಥಾಪನೆ