ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
ಉದಾಹರಣೆ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
ಸಮಾನಾರ್ಥಕ : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
ಅರ್ಥ : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী
ಉದಾಹರಣೆ : ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে
ಸಮಾನಾರ್ಥಕ : অদিতি, ধৰিত্রী আই, ধৰিত্রী মাতা, পৃথিৱী, বসুন্ধৰা
ಸ್ಥಾಪನೆ