ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ಉದಾಹರಣೆ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ಸಮಾನಾರ್ಥಕ : অৱস্থা, গতি, গতিক, দশা, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
ಅರ್ಥ : এক ধৰণৰ অৱস্থা বা একে মূলৰ পৰা উৎপন্ন বস্তু, জীৱ আদিৰ এনেকুৱা বর্গ যি সেই বস্তুটোক অন্য বস্তু বা জীৱৰ পৰা পৃথক কৰে
ಉದಾಹರಣೆ : এই বাগিছাখনত বিভিন্ন প্রকাৰৰ গোলাপ আছে
ಸಮಾನಾರ್ಥಕ : কিচিম, তৰহ, প্রকাৰ
ಸ್ಥಾಪನೆ