ಅರ್ಥ : কোনো ঘৰ আদিৰ ভঙা-চিঙা অথবা হালি পৰা অংশ
ಉದಾಹರಣೆ :
এইটো মোগলযুগৰ কিল্লাৰ ভগ্নাৱশেষ
ಸಮಾನಾರ್ಥಕ : ভগ্নাৱশেষ
ಅರ್ಥ : অট্টালিকা বা প্রাসাদ (প্রাচীন স্থাপত্যৰ নি্দর্শনৰ) আদিৰ ভাঙি-চিঙি ৰৈ যোৱা টুকুৰা
ಉದಾಹರಣೆ :
ধ্বংসাৱশেষৰ পৰা দুটা মৰাশ উদ্ধাৰ কৰা হৈছে