ಅರ್ಥ : অনর্থ ্বা ধ্বংস কৰোঁতা
ಉದಾಹರಣೆ :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
ಸಮಾನಾರ್ಥಕ : প্রলংয়কাৰী, ্অনর্থ্্কাৰী
ಅರ್ಥ : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে
ಉದಾಹರಣೆ :
চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল
ಸಮಾನಾರ್ಥಕ : পতনমুখী
ಅರ್ಥ : যি ধ্বংস কৰে
ಉದಾಹರಣೆ :
বাৰুদ এবিধ ধ্বংসকাৰী বস্তু