ಅರ್ಥ : কোনো বস্তু আদিক নষ্ট কৰা কার্য
ಉದಾಹರಣೆ :
পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়
ಸಮಾನಾರ್ಥಕ : নষ্ট কৰা
ಅರ್ಥ : উচ্ছন্ন বা নষ্ট হোৱা
ಉದಾಹರಣೆ :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
ಸಮಾನಾರ್ಥಕ : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা