ಅರ್ಥ : যি তীব্র বতাহৰ লগত বৰষুণো আহে
ಉದಾಹರಣೆ :
হস্ত নক্ষত্র উঠোতেই বতাহ-বৰষুণ আৰম্ভ হʼল
ಸಮಾನಾರ್ಥಕ : বতাহ-বৰষুণ
ಅರ್ಥ : অতিপাত বৰষুণ আৰু ধূলি-বালি উৰি হোৱা ধুমুহা-বতাহ
ಉದಾಹರಣೆ :
ৰাতি অহা ধুমুহা-বৰষুণে মানুহৰ সা-সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিলে
ಸಮಾನಾರ್ಥಕ : তুফান