ಅರ್ಥ : যাৰ বুদ্ধি আৰু বোধশক্তি অধিক
ಉದಾಹರಣೆ :
বুদ্ধিমানৰ সংগত থাকি থাকি তুমিও বুদ্ধিমান হৈ পৰিবা
ಸಮಾನಾರ್ಥಕ : ধীমান, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, মতিমান, মেধাবান, মেধাবী, মেধাযুক্ত, মেধাৱান, মেধাৱী
ಅರ್ಥ : যিজন বুদ্ধি আৰু বোধশক্তি সম্পন্ন
ಉದಾಹರಣೆ :
বুদ্ধিমান লোকে কাৰো সৈতে অযথা তর্ক নকৰে
ಸಮಾನಾರ್ಥಕ : ধীমান, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, বুধিয়ক, মতিমান, মেধাবী