ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : একেৰাহে আৰু খৰকৈ
ಉದಾಹರಣೆ : সৈনিকে ধাৰাসাৰ গুলি ্বর্ষণ কৰি আছিল
ಅರ್ಥ : জোৰেৰে বা ধাৰৰ দৰে বৈ অহা
ಉದಾಹರಣೆ : মূষলধাৰ বৰষুণৰ বাবে জনজীৱন ক্ষতিগ্রস্ত হৈছে
ಸಮಾನಾರ್ಥಕ : দোপালপিতা, মূষলধাৰ
ಅರ್ಥ : নিৰন্তৰ হৈ থকা
ಉದಾಹರಣೆ : ধাৰাসাৰ বৰষুণৰ কাৰণে জন-জীৱন বিশৃংখল হৈ পৰিলে
ಸಮಾನಾರ್ಥಕ : অনবৰত, অবিৰত, অবিৰাম
ಸ್ಥಾಪನೆ