ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে
ಉದಾಹರಣೆ : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই
ಸಮಾನಾರ್ಥಕ : ধাৰ, প্রবাহ
ಅರ್ಥ : বৈ যোৱা কার্য ্বা ভাব
ಉದಾಹರಣೆ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
ಸಮಾನಾರ್ಥಕ : প্রবাহ, বেগ, সোঁত
ಅರ್ಥ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
ಉದಾಹರಣೆ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
ಸಮಾನಾರ್ಥಕ : দফা, নিয়ম
ಅರ್ಥ : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম
ಉದಾಹರಣೆ : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল
ಸಮಾನಾರ್ಥಕ : প্রবাহ
ಅರ್ಥ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
ಉದಾಹರಣೆ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
ಸಮಾನಾರ್ಥಕ : ধাৰ, প্রৱাহ, সোঁত
ಸ್ಥಾಪನೆ