ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ধাৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ধাৰ   বিশেষ্য

ಅರ್ಥ : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ

ಉದಾಹರಣೆ : এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে

ಅರ್ಥ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে

ಉದಾಹರಣೆ : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই

ಸಮಾನಾರ್ಥಕ : ধাৰা, প্রবাহ

ಅರ್ಥ : হঠাৎ জোৰেৰে অহা প্রৱাহ

ಉದಾಹರಣೆ : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে

ಸಮಾನಾರ್ಥಕ : লহৰ

ಅರ್ಥ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

ಉದಾಹರಣೆ : এই তৰোৱালখনৰ পানী চাবলগীয়া

ಸಮಾನಾರ್ಥಕ : পানী

ಅರ್ಥ : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন

ಉದಾಹರಣೆ : তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে

ಸಮಾನಾರ್ಥಕ : ঋণ

ಅರ್ಥ : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি

ಉದಾಹರಣೆ : ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে

ಅರ್ಥ : হাতিয়াৰ বা অস্ত্রৰ চোক

ಉದಾಹರಣೆ : কটাৰীখনৰ ধাৰ নোহোৱা হʼল

ಅರ್ಥ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

ಉದಾಹರಣೆ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

ಸಮಾನಾರ್ಥಕ : ধাৰা, প্রৱাহ, সোঁত