ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ধাই ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ধাই   বিশেষ্য

ಅರ್ಥ : শিশুৰ চোৱাচিতা কৰা দাসী

ಉದಾಹರಣೆ : কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে

ಅರ್ಥ : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী

ಉದಾಹರಣೆ : আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়

ಸಮಾನಾರ್ಥಕ : ধাই মাতৃ

ಅರ್ಥ : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী

ಉದಾಹರಣೆ : চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে

ಸಮಾನಾರ್ಥಕ : ধাত্রী

ಅರ್ಥ : আনৰ কেঁচুৱাক নিজৰ পিয়াহ খুৱাই প্রতিপাল কৰা স্ত্রী

ಉದಾಹರಣೆ : মাকৰ মৃত্যুৰ পিছত এগৰাকী ধাত্রীৰ কোলাত শ্যাম ডাঙৰ-দীঘল হৈছিল

ಸಮಾನಾರ್ಥಕ : ধাই মা, ধাত্রী