ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
ಉದಾಹರಣೆ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
ಸಮಾನಾರ್ಥಕ : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
ಅರ್ಥ : বিশেষকৈ হৃদয়জনিত উগ্র বা বহুত কষ্টদায়ক পীড়া
ಉದಾಹರಣೆ : মোৰ হৃদয়ৰ বেদনা কোনেও নুবুজে
ಸಮಾನಾರ್ಥಕ : ক্লেশ, দর্দ, বিৰহ, বেদনা, ব্যথা
ಸ್ಥಾಪನೆ