ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : দৌৰ মৰা কার্য ্বা ভাব
ಉದಾಹರಣೆ : দৌৰাৰ পিছত অলপ আৰাম কৰা উচিত
ಅರ್ಥ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা
ಉದಾಹರಣೆ : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ
ಸಮಾನಾರ್ಥಕ : ঘূৰা, লৰা-ঢপৰা কৰা
ಅರ್ಥ : বৰ সঘনাই ভৰি দাঙি যোৱা
ಉದಾಹರಣೆ : মেকুৰীজনীয়ে নিগনিটো দেখিয়েই তাৰফালে দৌৰিলে
ಸಮಾನಾರ್ಥಕ : দৌৰ মৰা, লৰ মৰা
ಅರ್ಥ : ভৰিৰে অতি বেগাই যোৱা
ಉದಾಹರಣೆ : তেওঁ দৌৰা লʼৰাটোক ধৰিবলৈ অসমৰ্থ হʼল
ಸ್ಥಾಪನೆ