ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়
ಉದಾಹರಣೆ : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়
ಸಮಾನಾರ್ಥಕ : দʼল, দেৱ-গৃহ, দেৱ-দৌল, দেৱ-মন্দিৰ, দেৱগৃহ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, মন্দিৰ
ಅರ್ಥ : দেৱ-দেৱী আদিৰ মূর্তি স্থাপন কৰি পূজা-উপাসনা কৰা গৃহ
ಉದಾಹರಣೆ : তেওঁ নিতৌ স্নান কৰি মন্দিৰলৈ যায়
ಸಮಾನಾರ್ಥಕ : দʼল, দেৱগৃহ, দেৱালয়, ধর্মমন্দিৰ, মন্দিৰ
ಅರ್ಥ : অনেক ৰং থকা
ಉದಾಹರಣೆ : দৌল এক বাৰেৰহনীয়া উৎসৱ
ಸಮಾನಾರ್ಥಕ : দৌল উৎসৱ, দৌলোৎসৱ, ফল্গুৎসৱ, ফাকুৱা
ಸ್ಥಾಪನೆ