ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দোষাৰোপ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দোষাৰোপ   বিশেষ্য

ಅರ್ಥ : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য

ಉದಾಹರಣೆ : অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়

ಸಮಾನಾರ್ಥಕ : দোষাৰোপন

ಅರ್ಥ : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত

ಉದಾಹರಣೆ : দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল

ಸಮಾನಾರ್ಥಕ : দোষনিৰ্ণয়

ಅರ್ಥ : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অনুযোগ, অভিযোগ, দোষাৰোপন, দোষী, নালিছ

ಅರ್ಥ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

ಉದಾಹರಣೆ : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

ಸಮಾನಾರ್ಥಕ : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষ, দোষাৰোপণ, দোষীকৰা-, নালিছ