ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে
ಉದಾಹರಣೆ : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ
ಸಮಾನಾರ್ಥಕ : অধর্ম, অপৰাধ, কলুষ, পাতক, পাপ
ಅರ್ಥ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া
ಉದಾಹರಣೆ : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা
ಸಮಾನಾರ್ಥಕ : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ
ಅರ್ಥ : যিটো গুণ ভাল নহয়
ಉದಾಹರಣೆ : মানুহে বদগুণৰ পৰা আঁতৰি থাকিব লাগে
ಸಮಾನಾರ್ಥಕ : কদভ্যাস, দুর্গুণ, বদগুণ, বদভ্যাস
ಸ್ಥಾಪನೆ