ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
ಉದಾಹರಣೆ : কইনা দোলাত বহি আছে
ಅರ್ಥ : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
ಉದಾಹರಣೆ : ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
ಸಮಾನಾರ್ಥಕ : পাল্কী
ಅರ್ಥ : মন চঞ্চল হোৱা অৱস্থা
ಉದಾಹರಣೆ : ৰাধাৰ সুন্দৰতা দেখি মোহনৰ মনত দোলা দি গʼল
ಸಮಾನಾರ್ಥಕ : দোলা দিয়া
ಅರ್ಥ : ঝুলনাত বহি দুলি থকা কার্য
ಉದಾಹರಣೆ : তেওঁ ্এঘণ্টা ধৰি দুলি আছে
ಸಮಾನಾರ್ಥಕ : দুলি থকা
ಸ್ಥಾಪನೆ