ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : গছ বা চাঁদ আদিত ৰচী ওলোমাই তাত তক্তা আদি বান্ধি দুলিব পৰা যতন
ಉದಾಹರಣೆ : তেওঁ নিজৰ বাগিচাত এখন জোলনা ৰাখিছে
ಸಮಾನಾರ್ಥಕ : জুলনা, ঝুলনা
ಅರ್ಥ : সৰু লʼৰা-ছোৱালীৰ বাবে এক প্রকাৰৰ ঝুলনা
ಉದಾಹರಣೆ : মাকে কেচুৱাটোক দোলনাত শুৱাই আছে
ಸಮಾನಾರ್ಥಕ : দোলাব পৰা কেটুৱাৰ খাট
ಸ್ಥಾಪನೆ