ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পৰিশোধ কৰা
ಉದಾಹರಣೆ : দেয় ঋণৰ ৰচিদখন এতিয়াও নাপালো
ಸಮಾನಾರ್ಥಕ : পৰিশোধনীয়, পৰিশোধ্য
ಅರ್ಥ : যি বাকী হোৱাৰ কাৰণে দিয়া হয়
ಉದಾಹರಣೆ : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে
ಸಮಾನಾರ್ಥಕ : দিবলগীয়া, বাকী
ಅರ್ಥ : যিটো দিব পাৰি
ಉದಾಹರಣೆ : এই ধনৰাশি মোৰ দেয়
ಸಮಾನಾರ್ಥಕ : দাতব্য, প্রদেয়
ಸ್ಥಾಪನೆ