ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : দেশৰ বা দেশ সম্বন্ধীয়
ಉದಾಹರಣೆ : ধুতি-কুর্তা ভাৰতৰ দেশীয় পোছাক
ಸಮಾನಾರ್ಥಕ : দেশীয়
ಅರ್ಥ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
ಉದಾಹರಣೆ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
ಸಮಾನಾರ್ಥಕ : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশীয়, মূল, স্থানীয়
ಅರ್ಥ : নিজৰ দেশত উৎপন্ন হোৱা বা তৈয়াৰ কৰা
ಉದಾಹರಣೆ : স্বদেশী বস্তুৰ প্রয়োগ কৰা উচিত
ಸಮಾನಾರ್ಥಕ : দেশজ, দেশীয়, স্বদেশী, স্বদেশীয়
ಸ್ಥಾಪನೆ