ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
ಉದಾಹರಣೆ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
ಸಮಾನಾರ್ಥಕ : প্রদেশ, প্রান্তৰ, ৰাজ্য
ಅರ್ಥ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
ಉದಾಹರಣೆ : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
ಸಮಾನಾರ್ಥಕ : চৰকাৰ, ৰাষ্ট্র
ಅರ್ಥ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ
ಉದಾಹರಣೆ : চাৰিওফালে মিছাৰ ৰাজ্য
ಸಮಾನಾರ್ಥಕ : সাম্রাজ্য, স্থলী, ৰাজ্য
ಅರ್ಥ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
ಉದಾಹರಣೆ : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
ಸಮಾನಾರ್ಥಕ : ৰাষ্ট্র
ಅರ್ಥ : কোনো দেশত বাস কৰা লোক
ಉದಾಹರಣೆ : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
ಅರ್ಥ : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি
ಉದಾಹರಣೆ : ভাৰত মোৰ দেশ
ಸಮಾನಾರ್ಥಕ : গৃহভূমি
ಸ್ಥಾಪನೆ