ಅರ್ಥ : ঋণ পৰিশোধ কৰিবৰ কাৰণে হাতত এপইচাও নোহোৱা মানুহৰ অৱস্থা
ಉದಾಹರಣೆ :
ব্যৱসায়ত ঘাটি খোৱাৰ কাৰণে মহাজন দেউলীয়া হʼল
ಅರ್ಥ : যাৰ ওচৰত ঋণ পৰিশোধ কৰিবলৈ একোৱেই নাই
ಉದಾಹರಣೆ :
আদালতে ৰামুক দেউলীয়া ঘোষণা কৰিলে
ಸಮಾನಾರ್ಥಕ : দেউলিয়া, নষ্টনিধি, ্সর্বস্ব্ান্ত