ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : অতি কম সময়ৰ কাৰণে চকুৰ সন্মুখলৈ অহা কোনো দৃশ্য
ಉದಾಹರಣೆ : মানুহে সাধুজনৰ ক্ষণিক দৃষ্টি পাবলৈ আকুল হৈ আছিল
ಸಮಾನಾರ್ಥಕ : ক্ষণিক দৃষ্টি
ಅರ್ಥ : দেখা কার্য
ಉದಾಹರಣೆ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়
ಸಮಾನಾರ್ಥಕ : অৱলোকন, চোৱা-, দর্শন, নেত্রপাত, বিলোকন, লক্ষ্য
ಅರ್ಥ : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য
ಉದಾಹರಣೆ : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত
ಸಮಾನಾರ್ಥಕ : অৱলোকন, চোৱা-চিতা
ಸ್ಥಾಪನೆ