ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি সিদ্ধান্ত সলনি নহয়
ಉದಾಹರಣೆ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
ಸಮಾನಾರ್ಥಕ : অটল, অবিচল, একনিষ্ঠ, একাগ্র, নিমগ্ন, স্থিৰ
ಅರ್ಥ : যাৰ কোনো শিথিলতা নাই:চেগুনৰ কাঠেৰে সজা ফার্ণিচাৰ মজবুত হয় মোৰ মনটো অতি দৃঢ়
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অশিথিল, মজবুত
ಅರ್ಥ : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি
ಉದಾಹರಣೆ : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল
ಸಮಾನಾರ್ಥಕ : অনমনীয়, অনম্য, কঠোৰ
ಅರ್ಥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ಉದಾಹರಣೆ : পাহাৰ-পর্বত স্থিৰ
ಸಮಾನಾರ್ಥಕ : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ಸ್ಥಾಪನೆ