ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
ಉದಾಹರಣೆ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
ಸಮಾನಾರ್ಥಕ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, সুকঠিন
ಅರ್ಥ : যিটো কৰিবলৈ কঠিন
ಉದಾಹರಣೆ : হিমালয় পর্বত আৰোহণ কৰাটো কার্য
ಸಮಾನಾರ್ಥಕ : দুঃসাধ্য, দুষ্কৰ
ಅರ್ಥ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
ಉದಾಹರಣೆ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
ಸಮಾನಾರ್ಥಕ : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, বিচল
ಅರ್ಥ : যিটো সোনকালে বুজি পোৱা নাযায়
ಉದಾಹರಣೆ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
ಸಮಾನಾರ್ಥಕ : অবোধগম্য, কঠিন, টান
ಅರ್ಥ : যিটো গম্য নহয় বা যাব নোৱাৰা
ಉದಾಹರಣೆ : আমি ্ দুর্গম পথৰ পথিক
ಸಮಾನಾರ್ಥಕ : অগম্য, কঠিন, দুর্গম, দুর্গম্য, দুৰধিগম্য
ಸ್ಥಾಪನೆ