ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
ಉದಾಹರಣೆ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
ಸಮಾನಾರ್ಥಕ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুৰূহ, সুকঠিন
ಅರ್ಥ : যিটো কৰিবলৈ কঠিন
ಉದಾಹರಣೆ : হিমালয় পর্বত আৰোহণ কৰাটো কার্য
ಸಮಾನಾರ್ಥಕ : দুঃসাধ্য, দুৰূহ
ಅರ್ಥ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
ಉದಾಹರಣೆ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
ಸಮಾನಾರ್ಥಕ : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুৰূহ, বিচল
ಸ್ಥಾಪನೆ