ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : চলমান কৰোৱা বা দুলন কার্য
ಉದಾಹರಣೆ : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
ಸಮಾನಾರ್ಥಕ : জোকাৰি দিয়া, জোলা, দুলা, লৰা, হেন্দোলা
ಅರ್ಥ : ওপৰত তুলি থোৱা স্বত্বেও কোনো বস্তুৰ কিছু অংশ তললৈ অলপ দূৰলৈকে আধাৰহীন হিচাপে থকা কার্য
ಉದಾಹರಣೆ : বেৰত এডাল ৰচী ওলমি আছে
ಸಮಾನಾರ್ಥಕ : ওলমা, ওলমি থকা
ಅರ್ಥ : ঝুলনাত বহি দুলি থকা কার্য
ಉದಾಹರಣೆ : তেওঁ ্এঘণ্টা ধৰি দুলি আছে
ಸಮಾನಾರ್ಥಕ : দোলা
ಸ್ಥಾಪನೆ