ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কুখ্যাত হোৱাৰ অৱস্থা বা ভাব
ಉದಾಹರಣೆ : ডকাইত হিচাপে ৰত্নাকৰ বদনামী পোৱাৰ বিপৰীতে ঋষি বাল্মীকি হিচাপে অধিক খ্যাতি লাভ কৰিছিল
ಸಮಾನಾರ್ಥಕ : অপকীর্তি, অপযশ, কুকীর্তি, কুখ্যাতি, বদনামী
ಅರ್ಥ : যিজনক মানুহে বেয়া বুলি কয় বা যিজনে কুখ্যাতি লাভ কৰিছে:বীৰাপ্পান এজন কুখ্যাত দস্যু আছিল ্ তেওঁ নিজৰ কামৰ কাৰণেই সমাজত বদনাম পাইছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কুখ্যাত, বদনাম
ಸ್ಥಾಪನೆ