ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দুমুখীয়া ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দুমুখীয়া   বিশেষণ

ಅರ್ಥ : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে

ಉದಾಹರಣೆ : যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে

ಅರ್ಥ : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়

ಉದಾಹರಣೆ : আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়

ಸಮಾನಾರ್ಥಕ : দুফলীয়া

ಅರ್ಥ : দেখাত চিধা-চাধা আৰু ভোলা কিন্তু বাস্তৱত মহা ধূর্ত

ಉದಾಹರಣೆ : সন্তোষ এটা দুমুখীয়া মানুহ

ಸಮಾನಾರ್ಥಕ : তলগুজীয়া, দোমাদলীয়া

ಅರ್ಥ : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ

ಉದಾಹರಣೆ : দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে

ಅರ್ಥ : যাৰ দুখন মুখ আছে

ಉದಾಹರಣೆ : বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে