ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দুখ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দুখ   বিশেষ্য

ಅರ್ಥ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব

ಉದಾಹರಣೆ : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে

ಸಮಾನಾರ್ಥಕ : আঘাত

ಅರ್ಥ : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

ಉದಾಹರಣೆ : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

ಸಮಾನಾರ್ಥಕ : অসুখ, কষ্ট, দুঃখ, পীড়া, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

ಅರ್ಥ : কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ

ಉದಾಹರಣೆ : মই আপোনাৰ কামটো সময়মতে কৰিব নোৱাৰাৰ বাবে দুখিত

ಸಮಾನಾರ್ಥಕ : অনুতাপ, আফচোচ, ক্ষোভ, খেদ, গ্লানি, দুঃখ, দুঃখিত, দুখিত

ಅರ್ಥ : শৰীৰ বা মনত দিয়া বা হোৱা পীড়া

ಉದಾಹರಣೆ : ভাৰতক স্বাধীন কৰিবৰ কাৰণে দেশভক্তসকলে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল

ಸಮಾನಾರ್ಥಕ : কষ্ট, দুখ-কষ্ট, দুখ-বেদনা, যন্ত্রণা, যাতনা

ಅರ್ಥ : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

ಉದಾಹರಣೆ : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

ಸಮಾನಾರ್ಥಕ : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ