ಅರ್ಥ : জ্বলি থকা দীপকৰ শাৰী
ಉದಾಹರಣೆ :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
ಸಮಾನಾರ್ಥಕ : দীপমালা
ಅರ್ಥ : আহিন বা কাতি মাহৰ অমাৱস্যা তিথিৰ দিনাখন ঘৰ আৰু পদূলি আদিত চাকি লগাই পালন কৰা উৎসৱ
ಉದಾಹರಣೆ :
উত্তৰ ভাৰতত দেৱালী উৎসৱ উলহ-মালহেৰে পালন কৰা হয়
ಸಮಾನಾರ್ಥಕ : দীপান্বিতা, দীপালী, দেৱালী