ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দিয়া ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দিয়া   ক্ৰিয়া

ಅರ್ಥ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

ಉದಾಹರಣೆ : আমি দুগোল দিলোঁ

ಸಮಾನಾರ್ಥಕ : কৰা, বনোৱা

ಅರ್ಥ : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য

ಉದಾಹರಣೆ : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে

ಸಮಾನಾರ್ಥಕ : উৰি দিয়া, জাপি দিয়া

ಅರ್ಥ : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

ಉದಾಹರಣೆ : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

ಸಮಾನಾರ್ಥಕ : আৰোপ কৰা, লগোৱা

ಅರ್ಥ : কাৰোবাক কিবা হস্তান্তৰ কৰা???

ಉದಾಹರಣೆ : অধ্যাপকজনে তেওঁক পুৰস্কাৰ দিছে

ಸಮಾನಾರ್ಥಕ : প্রদান কৰা

ಅರ್ಥ : কাৰোবাক দুখী কৰা বা কাৰোবাৰ হানি কৰা

ಉದಾಹರಣೆ : পুতেকে নিজৰ ঘৰ এৰি মাক-দেউতাকক বহুত দুখ দিলে

ಅರ್ಥ : * সুলভ বা উপল্্ব্ধ কৰা

ಉದಾಹರಣೆ : কʼৰবালৈ অহা-যোৱা কৰিবৰ কাৰণে আমি বাহনো দি্ওঁ

ಸಮಾನಾರ್ಥಕ : উপল্্ব্ধ থকা, প্রদান কৰা, সুলভ থকা