ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
ಉದಾಹರಣೆ : সোমবাৰ সপ্তাহৰ প্রথম দিন
ಸಮಾನಾರ್ಥಕ : অহ্ন, দিৱস, বাসৰ, বাৰ
ಅರ್ಥ : নিশ্চিত বা উচিত সময়
ಉದಾಹರಣೆ : আজি মোৰ লʼৰাটোৰ জন্ম দিন
ಸಮಾನಾರ್ಥಕ : দিৱস
ಅರ್ಥ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
ಉದಾಹರಣೆ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
ಸಮಾನಾರ್ಥಕ : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ
ಅರ್ಥ : ভাল সময়
ಉದಾಹರಣೆ : সকলোৰে সুদিন আহে
ಸಮಾನಾರ್ಥಕ : সুদিন
ಅರ್ಥ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
ಉದಾಹರಣೆ : এদিনত আঠটা প্রহৰ থাকে
ಸಮಾನಾರ್ಥಕ : তিথি, দিৱস
ಅರ್ಥ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
ಉದಾಹರಣೆ : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
ಅರ್ಥ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
ಉದಾಹರಣೆ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
ಅರ್ಥ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
ಉದಾಹರಣೆ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
ಸಮಾನಾರ್ಥಕ : কাল, যুগ
ಸ್ಥಾಪನೆ