ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : দাস হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : ইংৰাজসকলে ভাৰতবাসীক দীঘলীয়া সময় ধৰি দাসত্বৰ জৰীৰে বান্ধি ৰাখিছিল
ಸಮಾನಾರ್ಥಕ : গোলামি, দাসত্ব
ಅರ್ಥ : পৰাধীন হোৱাৰ অৱস্থা বা ভাব
ಉದಾಹರಣೆ : পৰাধীনতাৰ শিকলিৰ পৰা ভাৰত ঊনৈশ সাতচল্লিশ চনত স্বাধীন হʼল
ಸಮಾನಾರ್ಥಕ : অমুক্তি, গোলামী, পৰাধীনতা
ಸ್ಥಾಪನೆ