ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
ಉದಾಹರಣೆ : আজিকালি আলুৰ দাম বহুত বাঢ়িল
ಸಮಾನಾರ್ಥಕ : দৰ
ಅರ್ಥ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : দৰ, নিৰিখ, বেচ, ভাও, মূল্য, হাৰ
ಅರ್ಥ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
ಉದಾಹರಣೆ : হীৰাৰ মূল্য জহুৰীয়েহে জানে
ಸಮಾನಾರ್ಥಕ : মূল্য
ಸ್ಥಾಪನೆ