ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দাবী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দাবী   বিশেষ্য

ಅರ್ಥ : কোনো বস্তুৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা কার্য

ಉದಾಹರಣೆ : ছোৱালীয়েও নিজৰ পৈতৃক সম্পত্তিৰ দাবী কৰিব পাৰে

ಅರ್ಥ : দৃঢ়তাপূর্ক কথন

ಉದಾಹರಣೆ : আপোনাৰ ৰামৰ সন্দর্ভত এই ্দাবী উচিত হোৱা নাই

ಅರ್ಥ : সত্যতা নিৰূপণৰ কাৰণে কোনো কথা কোৱাৰ সাহস

ಉದಾಹರಣೆ : মই এইটো দাবীৰে সৈতে কʼব পাৰোঁ যে ইয়াত ভেজাল আছে

ಅರ್ಥ : সম্পত্তি অথবা অধিকাৰৰ ৰক্ষাৰ বা প্রাপ্তিৰ কাৰণে চলোৱা মোকর্দ্্মা

ಉದಾಹರಣೆ : বিৰলাই প্রিয়ম্বদাৰ দান-পত্রৰ বিৰুদ্ধে দাবী কৰিলে