ಅರ್ಥ : পশু-পক্ষী আদিক দিয়া খাদ্য বস্তু
ಉದಾಹರಣೆ :
তেওঁ মুর্গীক দানা দি আছে খেতিয়কজনে বলদ হালৰ কাৰণে দানা আনিহলৈ গৈছে
ಅರ್ಥ : শস্যৰ পৰা উলিওৱা অংশ
ಉದಾಹರಣೆ :
চিকাৰীটোৱে গছৰ তলত দানা সিঁচি দিলে
ಸಮಾನಾರ್ಥಕ : শস্যৰ গুটি, শস্যৰ বীজ
ಅರ್ಥ : পশুৱে খোৱা ঘাঁহ, ভুচি আদি
ಉದಾಹರಣೆ :
তেওঁ গৰুৰ ্কাৰণে দানা আনিবলৈ গৈছে