ಅರ್ಥ : টকা-পইচা সংগ্রহ কৰা পাত্র বিশেষ
ಉದಾಹರಣೆ :
তেওঁ ্সদায় দানপাত্রত দহ টকা দিয়ে
ಸಮಾನಾರ್ಥಕ : দান-পাত্র
ಅರ್ಥ : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
ಉದಾಹರಣೆ :
তেওঁ ্দানপাত্রত এশ টকা দিলে
ಸಮಾನಾರ್ಥಕ : দান-পাত্র
ಅರ್ಥ : দান পোৱা উপযুক্ত ব্যক্তি
ಉದಾಹರಣೆ :
দান সদায় দানপাত্রতহে দিয়া উচিত