ಅರ್ಥ : টকা-পইচা সংগ্রহ কৰা পাত্র বিশেষ
ಉದಾಹರಣೆ :
তেওঁ ্সদায় দানপাত্রত দহ টকা দিয়ে
ಸಮಾನಾರ್ಥಕ : দানপাত্র
ಅರ್ಥ : দানৰ টকা-পইচা থোৱা বা দিয়া কোনো পাত্র বা আধাৰ
ಉದಾಹರಣೆ :
তেওঁ মন্দিৰৰ দান-পাত্রত এশ টকা দিলে
ಸಮಾನಾರ್ಥಕ : দান পাত্র
ಅರ್ಥ : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
ಉದಾಹರಣೆ :
তেওঁ ্দানপাত্রত এশ টকা দিলে
ಸಮಾನಾರ್ಥಕ : দানপাত্র
ಅರ್ಥ : যিজন ব্যক্তি দান পোৱাৰ বাবে উপযুক্ত
ಉದಾಹರಣೆ :
দান কেৱল দান-পাত্রকহে প্রদান কৰা উচিত
ಸಮಾನಾರ್ಥಕ : দান পাত্র