ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দান ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দান   বিশেষ্য

ಅರ್ಥ : দান হিচাপে কাৰোবাক দিয়া কোনো বস্তু

ಉದಾಹರಣೆ : পণ্ডিতজনে দান স্বৰূপে এজনী গাই আৰু কিছুমান বস্ত্র লাভ কৰিলে

ಅರ್ಥ : কাৰোবাক দিয়া বা কাৰোবাৰ পৰা পোৱা বস্তু

ಉದಾಹರಣೆ : বহু মানুহে জীৱনটোক ঈশ্বৰৰ দান বুলি ভাবে

ಅರ್ಥ : কোনোবাই কাৰোবাক শ্রদ্ধা সহকাৰে বা দয়াপূর্বকভ্াৱে কিবা দিয়া ধর্ম ্ কার্য:উচিত সময়ত কৰা দান অধিক ফলপ্রসূ হয়

ಉದಾಹರಣೆ :

ಅರ್ಥ : কোনো কামত সহায় কৰা বা সহায়ক হোৱা কার্য অথবা কোনো কার্য ্সম্পাদনত ব্যক্তি বিশেষৰ অংশ

ಉದಾಹರಣೆ : সকলো গাঁওবাসীৰ অৱদানেৰে এই মন্দিৰটো নি্র্মাণ কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : অৱদান, বৰঙণি, যোগদান