ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি দিয়ে বা দিওঁতা
ಉದಾಹರಣೆ : এই শুভ কামৰ বাবে ধন দাতাসকললৈ আমাৰ আন্তৰিক ধন্যবাদ
ಸಮಾನಾರ್ಥಕ : প্রদাতা
ಅರ್ಥ : যিজনে দান কৰে
ಉದಾಹರಣೆ : কর্ণ বহুত ্ডাঙৰ দানী আছিল
ಸಮಾನಾರ್ಥಕ : দান কর্তা, দানী, দায়ক
ಅರ್ಥ : যি বহুত দান দিয়ে
ಉದಾಹರಣೆ : দাতা কর্ণৰ ্দানৰ কাহিনী বিশ্ব প্রসিদ্ধ
ಸಮಾನಾರ್ಥಕ : দানশীল, দানী
ಅರ್ಥ : সচৰাচৰ যিজনে অধিক দান-দক্ষিণা দিয়ে
ಉದಾಹರಣೆ : দানবীৰ ্কর্ণৰ ্নাম তেওঁৰ ্দানবীৰতাৰ কাৰণে মর্যাদা সহকাৰে লোৱা হয়
ಸಮಾನಾರ್ಥಕ : দানবীৰ, দানশীল, দানী
ಸ್ಥಾಪನೆ