ಅರ್ಥ : লিখনি আদিত কোনো বাক্যৰ শেষ হʼলে তাৰ অন্তত লগোৱা যতি চিহ্ন
ಉದಾಹರಣೆ :
আজি কালি হিন্দী লিখনিত দাড়ি(।)ৰ ঠাইত ফোট (.) ব্যৱহাৰ কৰে
ಅರ್ಥ : পুৰুষৰ থুতৰিত ওলোৱা চুলি
ಉದಾಹರಣೆ :
অধিকাংশ মনীষী ব্যক্তিয়ে দাড়ি ৰাখিছিল