ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
ಉದಾಹರಣೆ : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : অপযশ, কলংক, কালিমা, লাঞ্ছনা
ಅರ್ಥ : ফল আদিৰ ওপৰত পৰা দাগ
ಉದಾಹರಣೆ : মোক এই দাগ লগা ফলবোৰ নালাগে
ಅರ್ಥ : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : চেক, চেকা, দাগী, ধাব্বা, নিচান
ಅರ್ಥ : সৰু দাগ বা চিহ্ন
ಉದಾಹರಣೆ : পখিলাৰ পাখিত ৰংচঙীয়া দাগ থাকে
ಸಮಾನಾರ್ಥಕ : ছিটিকনি
ಸ್ಥಾಪನೆ