ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা
ಉದಾಹರಣೆ : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব
ಸಮಾನಾರ್ಥಕ : অৱস্থা, স্থিতি
ಅರ್ಥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ಉದಾಹರಣೆ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ಸಮಾನಾರ್ಥಕ : অৱস্থা, গতি, গতিক, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
ಅರ್ಥ : মানুহৰ জীৱনত বেলেগ বেলেগ গ্রহৰ নিশ্চিত ভোগকাল
ಉದಾಹರಣೆ : এতিয়া মোৰ গ্রহৰ দশা বৰ ভাল চলি আছে
ಸಮಾನಾರ್ಥಕ : গ্রহ দশা, গ্রহৰ দশা
ಸ್ಥಾಪನೆ